ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : হাতত পিন্ধা এবিধ গহণা:শীলাই সোণৰ খাৰু পিন্ধি আছিল
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কংকণ, কঙ্কণ
ಅರ್ಥ : গোলাকাৰ বস্তু
ಉದಾಹರಣೆ : মোৰ ওচৰত এপাত ৰূপৰ খাৰু আছে তেওঁৰ মুখত চুলিৰ বলয় ওলমি আছে
ಸಮಾನಾರ್ಥಕ : বলয়, বৃত্ত
ಅರ್ಥ : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
ಉದಾಹರಣೆ : তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
ಸಮಾನಾರ್ಥಕ : খাৰুৱা
ಅರ್ಥ : শিকলিৰ ৰচীৰ এক অংশ
ಉದಾಹರಣೆ : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
ಸಮಾನಾರ್ಥಕ : আঙুঠি
ಸ್ಥಾಪನೆ