ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰো সৈতে নথকা
ಉದಾಹರಣೆ : তেওঁ ঘৰত অকলে আছে
ಸಮಾನಾರ್ಥಕ : অকলে, একাকী
ಅರ್ಥ : ভিতৰত একো নথকা বা যি অপূর্ণ
ಉದಾಹರಣೆ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
ಸಮಾನಾರ್ಥಕ : উকা, উদং, শূন্য, শূন্যগর্ভ, ৰিক্ত
ಅರ್ಥ : যি কোনো কামত ব্যস্ত নহয়
ಉದಾಹರಣೆ : মই এই সময়ত খালী আছোঁ
ಸಮಾನಾರ್ಥಕ : কামহীন, ্কর্মহীন
ಅರ್ಥ : যি কোনো সময়ত কোনো কাৰণবশতঃ ব্যৱহাৰ হৈ থকা নাই
ಉದಾಹರಣೆ : আজি মোৰ গণিতৰ ঘণ্টাটো খালী আছে
ಸ್ಥಾಪನೆ