ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
ಉದಾಹರಣೆ : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
ಸಮಾನಾರ್ಥಕ : কপি, বহী
ಅರ್ಥ : পাটোৱাৰীৰ ওচৰত থকা (বিশেষভাৱে কৃষক আদিৰ কাৰণে) খাতা বহীৰ নকল
ಉದಾಹರಣೆ : খেতিয়কজনে খাতা বহী লʼবলৈ পাটোৱাৰীৰ ওচৰলৈ গৈছে
ಅರ್ಥ : আয় ব্যয় আদিৰ হিচাপ লিখা বহী
ಉದಾಹರಣೆ : তেওঁ ্খাতা মেলি আয়-ব্যয়ৰ হিচাপ কৰি আছে
ಸಮಾನಾರ್ಥಕ : বহী
ಸ್ಥಾಪನೆ