ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
ಉದಾಹರಣೆ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : চিঠি, চিঠি-পত্র, পত্র, পত্রিকা
ಅರ್ಥ : কাণৰ কাষলৈকে পৰা মূৰৰ চুলি
ಉದಾಹರಣೆ : নাপিতে তোমাৰ খতটো ভালদৰে নাকাটিলে
ಸಮಾನಾರ್ಥಕ : জুলফি
ಸ್ಥಾಪನೆ