ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ
ಉದಾಹರಣೆ : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে
ಅರ್ಥ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
ಉದಾಹರಣೆ : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
ಸಮಾನಾರ್ಥಕ : টুকুৰা, পীচ
ಅರ್ಥ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
ಉದಾಹರಣೆ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
ಸಮಾನಾರ್ಥಕ : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ
ಅರ್ಥ : যিকোনো বস্তুৰ গোটা টুকুৰা
ಉದಾಹರಣೆ : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
ಸಮಾನಾರ್ಥಕ : টুকুৰা
ಅರ್ಥ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়
ಉದಾಹರಣೆ : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে
ಸಮಾನಾರ್ಥಕ : অধ্যায়, পর্ব
ಅರ್ಥ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
ಉದಾಹರಣೆ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
ಸಮಾನಾರ್ಥಕ : অংক, নম্বৰ, সংখ্যা
ಅರ್ಥ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
ಉದಾಹರಣೆ : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
ಸಮಾನಾರ್ಥಕ : টুকুৰা, ভাগ
ಅರ್ಥ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ
ಸ್ಥಾಪನೆ