ಅರ್ಥ : হিচাপৰ কেঁ্চা চিঠা
ಉದಾಹರಣೆ :
তেওঁ হিচাপ কৰাৰ পিছত খচৰাখন ফালি পেলালে
ಅರ್ಥ : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
ಉದಾಹರಣೆ :
সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
ಸಮಾನಾರ್ಥಕ : পাণ্ডুলিপি, পাণ্ডুলেখ
ಅರ್ಥ : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
ಉದಾಹರಣೆ :
মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
ಸಮಾನಾರ್ಥಕ : পাণ্ডুলেখ