ಅರ್ಥ : যাৰ খং উঠিছে
ಉದಾಹರಣೆ :
খঙাল লোক বিবেকশূন্য হৈ পৰে
ಸಮಾನಾರ್ಥಕ : কুপিত, কোদোৱা, কোপন, কোপান্বিত, কোপাৱিষ্ট, কোপিত, ক্রুদ্ধ, ক্রোধপৰ, ক্রোধপৰবশ, ক্রোধবশ, ক্রোধযুক্ত, ক্রোধান্ধ, ক্রোধান্বিত, ক্রোধাবিষ্ট, ক্রোধিত, ক্রোধী, ক্রোধোদ্দীপক, ক্রোধোন্মত্ত, গোঙোৰা, ৰাগান্ধ, ৰাগান্বিত, ৰাগী, ৰুখাৰি, ৰুষ্ট
ಅರ್ಥ : যি স্বভাৱতেই অধিক খং কৰে
ಉದಾಹರಣೆ :
খঙাল ব্যক্তিৰ পৰা সকলোৱেই আঁতৰি থাকিব বিচাৰে
ಸಮಾನಾರ್ಥಕ : কুপিত, কোদোৱা, কোপন, কোপান্বিত, কোপাৱিষ্ট, কোপিত, ক্রুদ্ধ, ক্রোধপৰ, ক্রোধপৰবশ, ক্রোধবশ, ক্রোধযুক্ত, ক্রোধান্ধ, ক্রোধান্বিত, ক্রোধাবিষ্ট, ক্রোধিত, ক্রোধী, ক্রোধোদ্দীপক, ক্রোধোন্মত্ত, খঙ্গাল, গোঙোৰা, ৰাগান্ধ, ৰাগান্বিত, ৰাগী, ৰুখাৰি, ৰুষ্ট