ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
ಉದಾಹರಣೆ : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
ಸಮಾನಾರ್ಥಕ : কাৰাদণ্ড, কাৰাবাস, ঘানি টনা-, জেল, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস
ಅರ್ಥ : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
ಉದಾಹರಣೆ : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
ಸಮಾನಾರ್ಥಕ : কাৰাবাস, বন্দী
ಸ್ಥಾಪನೆ