ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কোৱা   বিশেষ্য

ಅರ್ಥ : কোৱা কথা

ಉದಾಹರಣೆ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

ಸಮಾನಾರ್ಥಕ : উক্তি, কথন, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

কোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা

ಉದಾಹರಣೆ : তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে

ಸಮಾನಾರ್ಥಕ : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া

ಅರ್ಥ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য

ಉದಾಹರಣೆ : মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে

ಸಮಾನಾರ್ಥಕ : বুজোৱা

ಅರ್ಥ : স্থিৰ কৰা

ಉದಾಹರಣೆ : তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল

ಅರ್ಥ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

ಉದಾಹರಣೆ : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

ಸಮಾನಾರ್ಥಕ : লোৱা

ಅರ್ಥ : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া

ಉದಾಹರಣೆ : তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে

ಸಮಾನಾರ್ಥಕ : জনোৱা

ಅರ್ಥ : ভাল-বেয়া কোৱা

ಉದಾಹರಣೆ : মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে

ಸಮಾನಾರ್ಥಕ : শুনোৱা

ಅರ್ಥ : কোনো কথা কোৱাত প্রবৃত্ত কৰা

ಉದಾಹರಣೆ : শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে

ಸಮಾನಾರ್ಥಕ : আওৰোৱা

ಅರ್ಥ : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা

ಉದಾಹರಣೆ : সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে

ಸಮಾನಾರ್ಥಕ : উচ্চাৰণ কৰা

ಅರ್ಥ : কিবা কৈ বাধক হোৱা

ಉದಾಹರಣೆ : আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়

ಅರ್ಥ : নামেৰে জনা

ಉದಾಹರಣೆ : মানুহে গান্ধীজীক বাপু বুলিও কয়

ಸಮಾನಾರ್ಥಕ : মতা

ಅರ್ಥ : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া

ಉದಾಹರಣೆ : পইচাই কথা কয়

ಅರ್ಥ : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া

ಉದಾಹರಣೆ : আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে

ಅರ್ಥ : মৌখিক ্বর্ণ্্না কৰা কার্য

ಉದಾಹರಣೆ : তেওঁ নিজৰ ৰাম কাহিনী শুনালে

ಸಮಾನಾರ್ಥಕ : শুনোৱা

ಅರ್ಥ : কিবা কৰিবলৈ আদেশ দিয়া

ಉದಾಹರಣೆ : গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে

ಸಮಾನಾರ್ಥಕ : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া

ಅರ್ಥ : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা

ಉದಾಹರಣೆ : তেওঁ কʼলে যে ৰহিম আজি নাহে

ಅರ್ಥ : মুখেৰে (কোনো কথা বা ৰায় আদি) ব্যক্ত কৰা

ಉದಾಹರಣೆ : আপোনাৰ যি কʼব লগা আছে, মোক কওক শিশুটোৱে ৰাম-ৰাম বুলিছে ককা-দেউতাই কিবা কৈ আছে

ಸಮಾನಾರ್ಥಕ : বেকত কৰা, বোলা

ಅರ್ಥ : অভিহিত কৰা

ಉದಾಹರಣೆ : বেণাৰসক কাশী বুলিও কোৱা হয়

ಸಮಾನಾರ್ಥಕ : অভিহিত কৰা

কোৱা   বিশেষণ

ಅರ್ಥ : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে

ಉದಾಹರಣೆ : বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে