ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কোষ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কোষ   বিশেষ্য

ಅರ್ಥ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

ಉದಾಹರಣೆ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

ಸಮಾನಾರ್ಥಕ : কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ

ಅರ್ಥ : ক্রম অনুসৰি শ্্ব্দৰ অর্থ আৰু পৰিচয় থকা গ্রন্থ

ಉದಾಹರಣೆ : আজিও হিন্দী ভাষাত এখন ভাল অভিধানৰ অভাৱ

ಸಮಾನಾರ್ಥಕ : অভিধান, কোষগ্রন্থ, শ্্ব্দকোষ, শ্্ব্দার্থকোষ, শ্্ব্দার্থগ্রন্থ

ಅರ್ಥ : বহুত ধন থকা কোষ বা স্থান

ಉದಾಹರಣೆ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

ಸಮಾನಾರ್ಥಕ : কোষাগাৰ, খাজানা, ভাণ্ডাৰ

ಅರ್ಥ : সকলো প্রাণীৰ মূল গঠনাত্মক তথা কার্যাত্মক একক যাৰ দ্বাৰা প্রাণীসমূহৰ নি্র্মাণ হৈছে

ಉದಾಹರಣೆ : অনুবীক্ষণেৰে চালে কোষ এক কক্ষৰ ৰূপত দেখা যায়

ಸಮಾನಾರ್ಥಕ : জীৱৰ একক

ಅರ್ಥ : সঞ্চিত ধন, জ্ঞান আদি

ಉದಾಹರಣೆ : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

ಸಮಾನಾರ್ಥಕ : খাজানা, নিধি, ভাণ্ডাৰ

ಅರ್ಥ : উদ্ভিদ বা জীৱদেহৰ ক্ষুদ্রতম অংশ বিশেষ

ಉದಾಹರಣೆ : মানৱ শৰীৰত ভালেমান প্রকাৰৰ কোষ পোৱা যায়