ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কোমলতা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কোমলতা   বিশেষ্য

ಅರ್ಥ : বিনয়ৰ ভাবত কৰা ব্যৱহাৰ

ಉದಾಹರಣೆ : বিষয়াজনে নম্রতা দেখুৱালে আৰু আমাৰ কথা মনোযোগেৰে শুনিলে

ಸಮಾನಾರ್ಥಕ : নম্রতা, বিনম্রতা

ಅರ್ಥ : নিমজ বা কোমল হোৱা কার্য

ಉದಾಹರಣೆ : ইমান ঘঁ্হাৰ পিছতো বাচনটোত লাগি থকা তেলৰ কোমলতাবোৰ নগʼল

ಸಮಾನಾರ್ಥಕ : মসৃণতা, মেদুৰতা, স্নিগ্ধতা

ಅರ್ಥ : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ

ಉದಾಹರಣೆ : সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে

ಸಮಾನಾರ್ಥಕ : অদৃঢ়তা, অপৰিপক্কতা

ಅರ್ಥ : কোমল হোৱা অৱস্থা বা ভাব

ಉದಾಹರಣೆ : ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে

ಅರ್ಥ : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব

ಉದಾಹರಣೆ : ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল