ಅರ್ಥ : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
ಉದಾಹರಣೆ :
তেওঁ বিচনাখন কোবাই আছে
ಸಮಾನಾರ್ಥಕ : কোবাই থকা
ಅರ್ಥ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
ಉದಾಹರಣೆ :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
ಸಮಾನಾರ್ಥಕ : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা