ಅರ್ಥ : তৰকাৰী বনাই খোৱা সেউজীয়া তিতা ফল লগা এবিধ লতা
ಉದಾಹರಣೆ :
তেওঁ কেৰেলাৰ ওপৰত কীটনাশক দৰব চটিয়াই আছে
ಅರ್ಥ : লতাত লগা কাঁইটীয়া গাৰে পাচলি ৰূপে ব্যৱহাৰ কৰা এবিধ ফল
ಉದಾಹರಣೆ :
তেওঁ কেৰেলাৰ ভাজি খাই বৰ ভাল পায়
ಅರ್ಥ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত অৱস্থিত এখন ৰাজ্য
ಉದಾಹರಣೆ :
কেৰেলাত ঐণম উৎসৱ বৰ উলহ-মালহেৰে উদযাপন কৰা হয়