ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ঘোঁৰা আৰু সিংহ আদিৰ ডিঙি অংশৰ চুলি
ಉದಾಹರಣೆ : কেশৰে সিংহৰ সৌন্দর্য বর্ধন কৰে
ಅರ್ಥ : শীতপ্রধান দেশত হোৱা এবিধ সুগন্ধি ফুলৰ ঠাৰি
ಉದಾಹರಣೆ : মই কেশৰ দিয়া আইচক্রীম খাই বৰ ভাল পাওঁ
ಸಮಾನಾರ್ಥಕ : কুমকুম, কেসৰ, জাফৰান
ಅರ್ಥ : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়
ಉದಾಹರಣೆ : কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়
ಸಮಾನಾರ್ಥಕ : কেসৰ
ಸ್ಥಾಪನೆ