ಅರ್ಥ : কোনো বিশেষ কার্য ্বা উদ্দেশ্যৰ নিমিত্তে কিছুমান লোক অস্থায়ীভাৱে থকা ঠাই বিশেষ
ಉದಾಹರಣೆ :
চকুৰ চানিপৰা ৰোগৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে ডাক্তৰে দহ দিনৰ শিবিৰ পাতিছে
ಸಮಾನಾರ್ಥಕ : শিবিৰ
ಅರ್ಥ : কোনো কামৰ কাৰণে সহযোগিতাৰে কৰা এক বিশেষ আয়োজন
ಉದಾಹರಣೆ :
এই শিবিৰটো দুদিন ধৰি চলিব
ಸಮಾನಾರ್ಥಕ : শিবিৰ