ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চৌদিশৰ বা দূৰ-দূৰণিত থকা অন্যান্য কার্যালয়ৰ পৰিচালনা যিটো মূল কার্যালয়ৰ পৰা হয়
ಉದಾಹರಣೆ : ভাৰতৰ ৰাজধানী দিল্লীত হোৱাৰ কাৰণে সকলো ৰাজনৈতিক দলৰ প্রধান কার্যালয় দিল্লীত আছে
ಸಮಾನಾರ್ಥಕ : প্রধান কার্যালয়, মুখ্য কার্যালয়
ಸ್ಥಾಪನೆ