ಅರ್ಥ : বিদ্যালয়ৰ শ্রেণীলমূহৰ বেৰত লগোৱা কʼলা বৰণৰ আখৰ লিখিব পৰা ফলক বিশেষ
ಉದಾಹರಣೆ :
কৃষ্ণফলকত সদায় নীতি-বাক্য লিখা হয়
ಸಮಾನಾರ್ಥಕ : ব্লেকবʼর্ড, ব্লেকবোর্ড
ಅರ್ಥ : লিখিবৰ বাবে ব্যৱহাৰ কৰা কাঠেৰে তৈয়াৰী কʼলা ৰঙৰ চাৰিচুকীয়া ফলক
ಉದಾಹರಣೆ :
গুৰুজীয়ে কৃষ্ণফলকত গণিতৰ প্রশ্ন লিখি আছে
ಸಮಾನಾರ್ಥಕ : ব্লেকবʼর্ড