ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ দয়া আছে
ಉದಾಹರಣೆ : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
ಸಮಾನಾರ್ಥಕ : কাৰুণিক, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
ಅರ್ಥ : যিজন বৰ দয়ালু হয়
ಉದಾಹರಣೆ : দয়াৰাম মহাজন দয়াৰ সাগৰ, তেওঁ দুখীয়াৰ সেৱাত সকলো অর্পন কৰিলে
ಸಮಾನಾರ್ಥಕ : কৰুণা সাগৰ, দয়াৰ সাগৰ
ಸ್ಥಾಪನೆ