ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাৰ মহত্ত্বপূর্ণ উপল্্ব্ধি
ಉದಾಹರಣೆ : আলেকজেণ্ডাৰক তেওঁৰ কৃতিত্বৰ বাবে জনা যায়
ಸಮಾನಾರ್ಥಕ : কৃতিত্ব, মহৎ কার্য
ಅರ್ಥ : খ্যাত হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
ಸಮಾನಾರ್ಥಕ : খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
ಅರ್ಥ : কোনো মহত্ত্বপূর্ণ উপলব্ধিৰ বিৱৰণ
ಉದಾಹರಣೆ : শৈশৱত আমি চিন্দাবাদৰ কৃর্তিত্ব পঢ়িছিলো
ಸಮಾನಾರ್ಥಕ : কৃতকর্ম, কৃর্তিত্ব
ಸ್ಥಾಪನೆ