ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নতুনকৈ ওলোৱা গছৰ কোমল পাত
ಉದಾಹರಣೆ : তেওঁ ্ গছৰ পৰা কুঁহিপাত ছিঙি আছে বসন্তকালত গছে কুঁহি মেলে
ಸಮಾನಾರ್ಥಕ : কুঁহি, কুঁহিপাত, কোঁহ, নতুনপাত, নৱপত্র, নৱপল্লৱ, পত্রাঙ্কুৰ, পত্রোদ্গম
ಅರ್ಥ : ৰোপিত বীজৰ পৰা প্রথমে ওলোৱা কোমল সৰু ঠাৰি যʼৰ পৰা নতুন পাত ওলায়
ಉದಾಹರಣೆ : পথাৰত বুটমাহৰ গঁ্জালি ওলাইছে
ಸಮಾನಾರ್ಥಕ : অংকুৰ, গঁ্জালি
ಸ್ಥಾಪನೆ