ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কাৰণ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কাৰণ   বিশেষ্য

ಅರ್ಥ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

ಉದಾಹರಣೆ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

ಸಮಾನಾರ್ಥಕ : অর্থ, কাৰক, নিমিত্ত, মূল, হেতু

ಅರ್ಥ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

ಉದಾಹರಣೆ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

ಸಮಾನಾರ್ಥಕ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, প্রয়োজন, মতলব, লক্ষ্য, হেতু

ಅರ್ಥ : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া

ಉದಾಹರಣೆ : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়

ಸಮಾನಾರ್ಥಕ : অচিলা, অজুহাত, আপত্তি, ওজৰ, ওজৰ-আপত্তি, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু