ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কাষ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কাষ   বিশেষ্য

ಅರ್ಥ : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা

ಉದಾಹರಣೆ : শ্যাম মোৰ কাষতে বহিল

ಸಮಾನಾರ್ಥಕ : ওচৰ

ಅರ್ಥ : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ

ಉದಾಹರಣೆ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল

ಸಮಾನಾರ್ಥಕ : আগ, মূৰ

ಅರ್ಥ : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে

ಉದಾಹರಣೆ : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে

ಸಮಾನಾರ್ಥಕ : পার্শ্ব

ಅರ್ಥ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত

ಅರ್ಥ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ

ಉದಾಹರಣೆ : এই কাঁহীখনৰ কাণটো বৰ পাতল

ಸಮಾನಾರ್ಥಕ : কাণ, কিনাৰ, প্রান্তৰ, মূৰ

ಅರ್ಥ : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই

ಉದಾಹರಣೆ : তেওঁ ্ মোৰ ওচৰতে থাকে

ಸಮಾನಾರ್ಥಕ : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ

ಅರ್ಥ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ

ಉದಾಹರಣೆ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে

ಸಮಾನಾರ್ಥಕ : কিনাৰ, দাঁতি, পাৰ

ಅರ್ಥ : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ

ಉದಾಹರಣೆ : আপোনাৰ কোন ফালে যাবলগীয়া আছে

ಸಮಾನಾರ್ಥಕ : দিশ, পিন, ফাল