ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কাশ্মীৰী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কাশ্মীৰী   বিশেষ্য

ಅರ್ಥ : কাশ্মীৰ ৰাজ্যৰ ভাষা

ಉದಾಹರಣೆ : তেওঁ ্কাশ্মীৰী কʼব পাৰে

ಸಮಾನಾರ್ಥಕ : কাশ্মীৰী ভাষা

ಅರ್ಥ : কাশ্মীৰ ৰাজ্যৰ নিবাসী

ಉದಾಹರಣೆ : আজিৰ প্রতিজন কাশ্মীৰীয়েই সন্ত্রাসবাদৰ আতংকময় পৰিৱেশত জীৱন নি্র্বাহ কৰি আছে

ಸಮಾನಾರ್ಥಕ : কাশ্মীৰ বাসী

কাশ্মীৰী   বিশেষণ

ಅರ್ಥ : কাশ্মীৰী ভাষাৰ সৈতে সম্বন্ধ থকা

ಉದಾಹರಣೆ : তেওঁ ্কাশ্মীৰী সাহিত্যৰ অধ্যয়ন কৰি আছে

ಅರ್ಥ : কাশ্মীৰত থকা বা বসতি কৰা

ಉದಾಹರಣೆ : কাশ্মীৰী জনতা সন্ত্রাসবাদীৰ সন্ত্রাসৰ দ্বাৰা পীড়িত হৈ আছে

ಅರ್ಥ : যিটো কাশ্মীৰৰ সৈতে সম্পর্কযুক্ত বা কাশ্মীৰৰ

ಉದಾಹರಣೆ : তেওঁৰ মূৰত কাশ্মীৰী টুপি সুশোভিত আছিল