ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
ಉದಾಹರಣೆ : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অপযশ, কলংক, দাগ, লাঞ্ছনা
ಅರ್ಥ : ধোঁৱা জমা হৈ হৈ হোৱা কʼলা অংশ
ಉದಾಹರಣೆ : বেৰত লগা এলান্ধুবোৰ চাফা কৰা
ಸಮಾನಾರ್ಥಕ : আলান্ধু, এলান্ধু, কʼলা-ছাই
ಅರ್ಥ : কʼলা হোৱা অৱস্থা
ಉದಾಹರಣೆ : আজিকালি চেহেৰাৰ কʼলা পৰা আঁতৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্রসাধন ওলাইছে
ಸಮಾನಾರ್ಥಕ : কʼলা পৰা
ಸ್ಥಾಪನೆ