ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কাপ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কাপ   বিশেষ্য

ಅರ್ಥ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়

ಉದಾಹರಣೆ : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল

ಸಮಾನಾರ್ಥಕ : কলম

ಅರ್ಥ : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ

ಉದಾಹರಣೆ : তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে

ಅರ್ಥ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ

ಉದಾಹರಣೆ : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে

ಸಮಾನಾರ್ಥಕ : কলম, নিজৰি কাপ, পেন, লেখনী

ಅರ್ಥ : জয়লাভৰ উপলক্ষে দিয়া বস্তু বিশেষ

ಉದಾಹರಣೆ : এই কাপটো মই দৌৰ প্রতিযোগিতাত পাইছোঁ

ಸಮಾನಾರ್ಥಕ : ট্রফী

ಅರ್ಥ : চাহ বাকি খাবলৈ ধাতু, মাটি আদিৰে সজা এবিধ সৰু বাচন

ಉದಾಹರಣೆ : কাপটো হাতৰ পৰা পৰি ভাগিল

ಸಮಾನಾರ್ಥಕ : চষক, পান-পাত্র, পিয়লা, বাটি