ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : শোভিত হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়
ಸಮಾನಾರ್ಥಕ : সৌন্দর্য, ্শোভা, ৰমণীয়তা
ಅರ್ಥ : এক ধৰণৰ প্রকাশ বা পোহৰ
ಉದಾಹರಣೆ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
ಸಮಾನಾರ್ಥಕ : আভা, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
ಅರ್ಥ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
ಉದಾಹರಣೆ : তেওঁৰ ্ কান্তি নিৰুপম
ಸಮಾನಾರ್ಥಕ : সৌন্দর্য, ৰূপ
ಅರ್ಥ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
ಉದಾಹರಣೆ : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
ಸಮಾನಾರ್ಥಕ : আভা, উদ্দীপ্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
ಸ್ಥಾಪನೆ