ಅರ್ಥ : মিহি বস্তু কটা বা খোঁচা যতন
ಉದಾಹರಣೆ :
তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
ಸಮಾನಾರ್ಥಕ : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
ಅರ್ಥ : আৰবৰ এখন দেশ
ಉದಾಹರಣೆ :
কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
ಅರ್ಥ : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
ಉದಾಹರಣೆ :
কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ