ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কাটা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কাটা   বিশেষ্য

ಅರ್ಥ : কোনো সঁজুলি আদিত যিডাল তাৰ বা কাটাই কোনো বিশেষ পৰিমাণ, সংখ্যা, দিশ আদি নির্দেশ কৰে

ಉದಾಹರಣೆ : এই ঘড়ীটোৰ ঘন্টাৰ কাটাডাল ৰৈ গʼল

ಅರ್ಥ : গছৰ গা-গছ, ডাল, পাত আদিৰ পৰা ওলোৱা জোঙা অংশ, যি বেজীৰ নিচিনা হয়

ಉದಾಹರಣೆ : হাবিত থাকোতে তেওঁৰ ভৰিত ্ কাঁইট সোমাল

ಸಮಾನಾರ್ಥಕ : কণ্টক, কাঁইট, তৰুনখ, শূল, হুল

ಅರ್ಥ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা

ಉದಾಹರಣೆ : কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে

ಸಮಾನಾರ್ಥಕ : কাঁটা

ಅರ್ಥ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়

ಉದಾಹರಣೆ : কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে

ಸಮಾನಾರ್ಥಕ : কাঁটা