ಅರ್ಥ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
ಉದಾಹರಣೆ :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
ಸಮಾನಾರ್ಥಕ : কাঁইট, মাছৰ কাঁইট, মাছৰ কাঁটা
ಅರ್ಥ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
ಉದಾಹರಣೆ :
কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
ಸಮಾನಾರ್ಥಕ : কাটা
ಅರ್ಥ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
ಉದಾಹರಣೆ :
কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
ಸಮಾನಾರ್ಥಕ : কাটা