ಅರ್ಥ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
ಉದಾಹರಣೆ :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
ಸಮಾನಾರ್ಥಕ : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
ಅರ್ಥ : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
ಉದಾಹರಣೆ :
ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে