ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ পৰা দুখ পোৱা যায় বা দুখ দিওঁতা
ಉದಾಹರಣೆ : তুমি নিজৰ মা-দেউতাৰ সেৱা নকৰাটো বৰ দুখজনক কথা
ಸಮಾನಾರ್ಥಕ : কষ্টদায়ী, দুঃখকাৰক, দুঃখজনক, দুখকাৰক, দুখজনক
ಅರ್ಥ : যি দুখ বা কষ্ট দিয়ে
ಉದಾಹರಣೆ : বৃদ্ধ কাল দুখদায়ক
ಸಮಾನಾರ್ಥಕ : কষ্টকৰ, কষ্টজনক, কষ্টদায়ী, কষ্টপ্রদ, দুঃখজনক, দুঃখদায়ক, দুখজনক, দুখদায়ক, দুখদায়ী, দুখপ্রদ, পীড়াদায়ক, পীড়াদায়ী
ಅರ್ಥ : যি কষ্টত আছে
ಉದಾಹರಣೆ : তেওঁৰ ্ কষ্টদায়ক অৱস্থা মই চাব নোৱাৰো
ಸಮಾನಾರ್ಥಕ : কষ্টকৰ, দুঃখিত, দুখার্ত, দুখিত, যন্ত্রণাদায়ক, ্কাতৰ
ಸ್ಥಾಪನೆ