ಅರ್ಥ : ব্যাকৰণত যি কাৰকে ক্রিয়াৰ কার্য ্সম্পাদন কৰে
ಉದಾಹರಣೆ :
কর্তাৰ বিভক্তি এ ৰামে ভাত খালে-ত ৰাম কর্তা
ಸಮಾನಾರ್ಥಕ : কর্তা কাৰক
ಅರ್ಥ : যি কোনো কাম কৰে
ಉದಾಹರಣೆ :
বিয়াত কর্তাৰ অভাৱৰ কাৰণে ব্যৱস্থাপনা ভালদৰে কৰিব পৰা নগʼল