ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কম হৈ অহা কার্য
ಉದಾಹರಣೆ : বানপীড়িত গঞাই নদীৰ পানী কমা দেখি অলপ সকাহ পালে
ಸಮಾನಾರ್ಥಕ : টুটা
ಅರ್ಥ : নামি যোৱা বা কমি যোৱা
ಉದಾಹರಣೆ : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
ಸಮಾನಾರ್ಥಕ : নমা
ಅರ್ಥ : একেবাৰে আদায় নোহোৱা
ಉದಾಹರಣೆ : হাজাৰৰ পৰা এশ টকা কমি গʼল
ಅರ್ಥ : মূল্য অৱনমিত হোৱা বা কমি অহা
ಉದಾಹರಣೆ : আজিকালি সোণৰ দাম নামিছে
ಸಮಾನಾರ್ಥಕ : নমা, পৰা
ಅರ್ಥ : ঘাটি হোৱা বা কমি যোৱা
ಉದಾಹರಣೆ : বৰষুণ কম হোৱাৰ কাৰণে এই বছৰ ফচল কমিল
ಅರ್ಥ : ক্ষীণ হোৱা
ಉದಾಹರಣೆ : ৰোগীৰ শৰীৰ দিনে-দিনে কমি আহিছে
ಸಮಾನಾರ್ಥಕ : কমি যোৱা
ಸ್ಥಾಪನೆ