ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গাড়ীত শৱ লৈ যোৱা বাকচ
ಉದಾಹರಣೆ : মানুহ যিমানেই ধনী নহওক মৃত্যুৰ পিছত ্ তেওঁ কফিনতেই যাব লাগে
ಸಮಾನಾರ್ಥಕ : কʼফিন, কাফন
ಅರ್ಥ : শৱ শ্মশানলৈ নিবৰ বাবে কাঠ, বাঁহ আদিৰে সজা এক প্রকাৰৰ যতন
ಉದಾಹರಣೆ : মৃতকক চাঙিত তুলি নিয়াৰ লগে লগে সকলোৱে আকৌ কান্দিবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : চাঙি, জানাজা
ಸ್ಥಾಪನೆ