ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
ಉದಾಹರಣೆ : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
ಸಮಾನಾರ್ಥಕ : খাতা, বহী
ಅರ್ಥ : কিতাপ বা বাতৰি কাকতৰ নকল
ಉದಾಹರಣೆ : প্রতিদিনে বাতৰি কাকতৰ বহু হাজাৰ কপি বিক্রী হয়
ಅರ್ಥ : লেখা আদিৰ আক্ষৰিক স্বৰূপ
ಉದಾಹರಣೆ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
ಸಮಾನಾರ್ಥಕ : অনুলিপি, নকল, প্রতিলিপি, প্রতিলেখ
ಸ್ಥಾಪನೆ