ಅರ್ಥ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা
ಉದಾಹರಣೆ :
কুলকার্ণীদেৱে কন্নড় শিকি আছে
ಸಮಾನಾರ್ಥಕ : কন্নড় ভাষা
ಅರ್ಥ : যি লিপিত কন্নড় ভাষা লিখা হয়
ಉದಾಹರಣೆ :
কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে
ಸಮಾನಾರ್ಥಕ : কন্নড় লিপি
ಅರ್ಥ : কর্ণাটক ৰাজ্যৰ অধিবাসী
ಉದಾಹರಣೆ :
এইখন কন্নড়সকলৰ সভা
ಅರ್ಥ : কর্ণাটকত থকা বা বসতি কৰা
ಉದಾಹರಣೆ :
কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে
ಅರ್ಥ : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ
ಉದಾಹರಣೆ :
তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে
ಅರ್ಥ : কর্ণাটকৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত