ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কণ্ঠ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কণ্ঠ   বিশেষ্য

ಅರ್ಥ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

ಉದಾಹರಣೆ : তেওঁৰ ্ মাতটো বৰ মিঠা

ಸಮಾನಾರ್ಥಕ : গলা, বোল, মাত, স্বৰ

ಅರ್ಥ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

ಉದಾಹರಣೆ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

ಸಮಾನಾರ್ಥಕ : লয়, সুৰ

ಅರ್ಥ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

ಉದಾಹರಣೆ : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

ಸಮಾನಾರ್ಥಕ : গলা

ಅರ್ಥ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

ಉದಾಹರಣೆ : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

ಸಮಾನಾರ್ಥಕ : গল, গলা