ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কঠোৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কঠোৰ   বিশেষণ

ಅರ್ಥ : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি

ಉದಾಹರಣೆ : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল

ಸಮಾನಾರ್ಥಕ : অনমনীয়, অনম্য, দৃঢ়

ಅರ್ಥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ಉದಾಹರಣೆ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

ಸಮಾನಾರ್ಥಕ : অসহজ, কঠিন, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

ಅರ್ಥ : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : উগ্র, কর্কশ, টান, হুঁ়টা

ಅರ್ಥ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

ಉದಾಹರಣೆ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

ಸಮಾನಾರ್ಥಕ : অসহজ, কঠিন, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল