ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ কঠিন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

কঠিন   বিশেষণ

ಅರ್ಥ : যিটো মোলায়েম নহয়

ಉದಾಹರಣೆ : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল

ಸಮಾನಾರ್ಥಕ : টান, ্কর্কৰীয়া

ಅರ್ಥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ಉದಾಹರಣೆ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

ಸಮಾನಾರ್ಥಕ : অসহজ, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

ಅರ್ಥ : যিটো সহজ নহয়

ಉದಾಹರಣೆ : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত

ಸಮಾನಾರ್ಥಕ : অসহজ, বিষম

ಅರ್ಥ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

ಉದಾಹರಣೆ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

ಸಮಾನಾರ್ಥಕ : অসহজ, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল

ಅರ್ಥ : যিটো শুনাত খহটা

ಉದಾಹರಣೆ : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

ಸಮಾನಾರ್ಥಕ : কঠুৱা, কর্কশ, টান, হুঁট্া, ্কালনজীয়া

ಅರ್ಥ : যিটো সোনকালে বুজি পোৱা নাযায়

ಉದಾಹರಣೆ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

ಸಮಾನಾರ್ಥಕ : অবোধগম্য, টান, দুৰূহ

ಅರ್ಥ : যিটো গম্য নহয় বা যাব নোৱাৰা

ಉದಾಹರಣೆ : আমি ্ দুর্গম পথৰ পথিক

ಸಮಾನಾರ್ಥಕ : অগম্য, দুর্গম, দুর্গম্য, দুৰধিগম্য, দুৰূহ