ಅರ್ಥ : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
ಉದಾಹರಣೆ :
মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
ಸಮಾನಾರ್ಥಕ : কলম দিয়া
ಅರ್ಥ : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা
ಉದಾಹರಣೆ :
পাচলি কাটি আছে
ಅರ್ಥ : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
ಉದಾಹರಣೆ :
মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
ಸಮಾನಾರ್ಥಕ : কলম দিয়া
ಅರ್ಥ : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য
ಉದಾಹರಣೆ :
মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে
ಅರ್ಥ : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য
ಉದಾಹರಣೆ :
শিক্ষকে ভুল উত্তৰটো কাটিলে
ಅರ್ಥ : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা
ಉದಾಹರಣೆ :
গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে
ಅರ್ಥ : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কলম দিয়া
ಅರ್ಥ : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা
ಉದಾಹರಣೆ :
জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে