ಅರ್ಥ : কোনো কিতাপ আদি ছপা কৰি অনা
ಉದಾಹರಣೆ :
তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
ಸಮಾನಾರ್ಥಕ : প্রকাশিত হোৱা
ಅರ್ಥ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
ಉದಾಹರಣೆ :
তেওঁ কংগ্রেছৰ পৰা ওলাল
ಸಮಾನಾರ್ಥಕ : পৃথক হোৱা
ಅರ್ಥ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
ಉದಾಹರಣೆ :
বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
ಸಮಾನಾರ್ಥಕ : গুচি যোৱা
ಅರ್ಥ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
ಉದಾಹರಣೆ :
গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
ಅರ್ಥ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
ಉದಾಹರಣೆ :
আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
ಅರ್ಥ : প্রচলিত হোৱা
ಉದಾಹರಣೆ :
ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
ಅರ್ಥ : অনায়াসে উচ্চাৰিত হোৱা
ಉದಾಹರಣೆ :
গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
ಅರ್ಥ : অন্য কোনোফালে বাঢ়ি থকা
ಉದಾಹರಣೆ :
এই মেজখনৰ কোণাটো অলপ ওলাইছে
ಅರ್ಥ : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
ಉದಾಹರಣೆ :
গংগা গংগোত্রীৰ পৰা ওলাইছে
ಸಮಾನಾರ್ಥಕ : নি্র্গত ্হোৱা