ಅರ್ಥ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
ಉದಾಹರಣೆ :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
ಸಮಾನಾರ್ಥಕ : লগোৱা
ಅರ್ಥ : কাম সম্পূর্ণ ্কৰাত পলম কৰা কার্য
ಉದಾಹರಣೆ :
নিশ্চয় ্তেওঁৱেই মোৰ কামটো ওলোমাই থৈছে