ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ওপৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ওপৰ   বিশেষ্য

ಅರ್ಥ : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই

ಉದಾಹರಣೆ : যাদুকৰে শূন্যত মোক ৰাখি থʼলে

ಸಮಾನಾರ್ಥಕ : আলাস, শূন্য

ಅರ್ಥ : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব

ಉದಾಹರಣೆ : উৰাজাহাজখন বহুত ওপৰত উৰি আছে

ಸಮಾನಾರ್ಥಕ : উচ্চতা

ওপৰ   ক্ৰিয়া বিশেষণ

ಅರ್ಥ : অধিক বা বেছি

ಉದಾಹರಣೆ : এই চেনিখিনি দহ কিলোৰ ওপৰত আছে

ಸಮಾನಾರ್ಥಕ : অধিক

ಅರ್ಥ : লিখা-মেলাৰ একেবাৰে প্রথমত

ಉದಾಹರಣೆ : ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে

ಅರ್ಥ : সহায়ৰ আধাৰত

ಉದಾಹರಣೆ : মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে

ওপৰ   বিশেষণ

ಅರ್ಥ : ওপৰৰ ফালৰ

ಉದಾಹರಣೆ : এই বেৰখনৰ ওপৰৰ অংশ বেয়া হৈ গৈছে