ಅರ್ಥ : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
ಉದಾಹರಣೆ :
বানপানীত কিমান যে পশু উটি গৈছে
ಸಮಾನಾರ್ಥಕ : উটা, উটি যোৱা, উটি-ভাহি যোৱা, বৈ যোৱা, ভহা, ভাসমান হোৱা, ভাহি যোৱা
ಅರ್ಥ : পানীৰ ওপৰলৈ অহা
ಉದಾಹರಣೆ :
বানপানীত ডুবি মৰা মানুহৰ মৰাশবোৰ পানীত ওপঙিছে