ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : উচ্চতা, দীঘ, দীর্ঘতা, দৈর্ঘ্য
ಅರ್ಥ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
ಉದಾಹರಣೆ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
ಸಮಾನಾರ್ಥಕ : উচ্চ, ওখ-পাখ, চৰা, টিং, শিখৰ
ಅರ್ಥ : দীঘল শৰীৰৰ
ಉದಾಹರಣೆ : অমিতাভ বচ্চন ওখ ব্যক্তি
ಸಮಾನಾರ್ಥಕ : উচ্চ, উচ্চতাযুক্ত, উচ্চতাসম্পন্ন
ಸ್ಥಾಪನೆ