ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ এৰাই যোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

এৰাই যোৱা   ক্ৰিয়া

ಅರ್ಥ : অংকন কৰা কোনো চিহ্ন আদি নথকা

ಉದಾಹರಣೆ : চার্ফত ্কাপোৰ ধুলে কাপোৰৰ দাগ, চেকা আদি গুচে

ಸಮಾನಾರ್ಥಕ : আঁত্্ৰা, গুচা

ಅರ್ಥ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য

ಉದಾಹರಣೆ : মাছবোৰ জালৰ পৰা এৰাই গʼল

ಸಮಾನಾರ್ಥಕ : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা

ಅರ್ಥ : মিলি বা লাগি বা যুক্ত হৈ থকা বস্তু আদি বেলেগ হোৱা

ಉದಾಹರಣೆ : কামিজৰ বুটামটো এৰাই গʼল কিতাপৰ পাতবোৰ এৰাবলৈ ধৰিছে জেকি যোৱা বাবে বেৰৰ চিমেন্টবোৰ এৰি গৈছে

ಸಮಾನಾರ್ಥಕ : এৰি যোৱা, ওলাই যোৱা, পৃথক হোৱা

ಅರ್ಥ : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য

ಉದಾಹರಣೆ : বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল

ಸಮಾನಾರ್ಥಕ : ছিঙা, ছিন্ন হোৱা