ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ এৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

এৰা   বিশেষ্য

ಅರ್ಥ : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

ಉದಾಹರಣೆ : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

ಸಮಾನಾರ್ಥಕ : ত্যাগ, পৰিত্যাগ

ಅರ್ಥ : এক উদ্ভিদ যাৰ ফলৰ পৰা তেল উলিওৱা হয়

ಉದಾಹರಣೆ : এৰাৰ ফল কাঁইটীয়া হয়

ಸಮಾನಾರ್ಥಕ : এৰণ্ড

ಅರ್ಥ : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

ಉದಾಹರಣೆ : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

ಸಮಾನಾರ್ಥಕ : উৎসর্গ, ত্যাগ, পৰিত্যাগ

এৰা   ক্ৰিয়া

ಅರ್ಥ : কোনো কাৰণত কোনো কাম নকৰা

ಉದಾಹರಣೆ : মই দ্বিতীয় আৰু পঞ্চম প্রশ্নটো এৰিলোঁ

ಸಮಾನಾರ್ಥಕ : এৰি দিয়া

ಅರ್ಥ : ব্যৱহাৰ বা সেৱন নকৰা

ಉದಾಹರಣೆ : মোহনে দুমাহ আগতেই মদ এৰিলে

ಸಮಾನಾರ್ಥಕ : ত্যাগ কৰা

ಅರ್ಥ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা

ಉದಾಹರಣೆ : তেওঁ ্মোক মেলাতে এৰিলে

ಸಮಾನಾರ್ಥಕ : এৰি দিয়া

ಅರ್ಥ : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা

ಉದಾಹರಣೆ : ৰেলগাড়ীয়ে ষ্টেচন এৰিলে

ಅರ್ಥ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য

ಉದಾಹರಣೆ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল

ಸಮಾನಾರ್ಥಕ : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা

ಅರ್ಥ : ধ্যান নিদিয়া বা গণনা নকৰা

ಉದಾಹರಣೆ : বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে

ಸಮಾನಾರ್ಥಕ : বাদ দিয়া

ಅರ್ಥ : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ಉದಾಹರಣೆ : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

ಸಮಾನಾರ್ಥಕ : থামা, বন্ধ হোৱা, ৰৈ যোৱা, ৰোৱা

এৰা   বিশেষণ

ಅರ್ಥ : ওলাই যোৱা বা দলি মাৰি পঠোৱা

ಉದಾಹರಣೆ : ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে