ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যুৰীয়া ৰূপত বা একে ৰূপতে বা তাৰ সৈতে .......???
ಉದಾಹರಣೆ : ইয়াৰ লগতে এই কামটোও কৰি লোৱা হওক
ಸಮಾನಾರ್ಥಕ : একে লগতে, লগতে, লগে লগে, সৈতে
ಅರ್ಥ : সংযুক্ত হৈ
ಉದಾಹರಣೆ : আমি একেলগে এই কামটো কৰিম
ಸಮಾನಾರ್ಥಕ : লগে-ভাগে
ಅರ್ಥ : একেটা সময়তে
ಉದಾಹರಣೆ : এই দুইটা কাম একেলগে হৈ যাব
ಅರ್ಥ : সমূহীয়া ৰূপত
ಉದಾಹರಣೆ : এই সংস্থাটোৰ কর্ম্্চাৰীসকলে সমূহীয়াভাৱে ত্যাগপত্র দিছে
ಸಮಾನಾರ್ಥಕ : সমূহীয়াভাৱে, সামূহিকভাৱে
ಸ್ಥಾಪನೆ