ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সঞ্চিত বা একত্রিত কৰা
ಉದಾಹರಣೆ : তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
ಸಮಾನಾರ್ಥಕ : গোটোৱা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
ಅರ್ಥ : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
ಉದಾಹರಣೆ : খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
ಸಮಾನಾರ್ಥಕ : একগোট কৰা, গোটোৱা
ಸ್ಥಾಪನೆ