ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অকপট হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : সৰলতা মানুহৰ ভাল চৰিত্রৰ এটা লক্ষণ
ಸಮಾನಾರ್ಥಕ : কপটহীনতা, সৰলতা
ಅರ್ಥ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
ಉದಾಹರಣೆ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
ಸಮಾನಾರ್ಥಕ : অমায়িকতা, সহজতা, সামান্যতা, সৰলতা
ಅರ್ಥ : সজ্জন হোৱা ভাব
ಉದಾಹರಣೆ : ভদ্রতা এটি বহুত ডাঙৰ গুণ
ಸಮಾನಾರ್ಥಕ : ভদ্রতা, সজ্জনতা, সাধুতা, সৌহার্দ্যতা
ಅರ್ಥ : সহজ হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
ಸಮಾನಾರ್ಥಕ : সহজ, সহজতা, সৰলতা
ಸ್ಥಾಪನೆ